কলা শাখাত মাজুলী আৰু বিজ্ঞান শাখাত ডিমা হাচাওত সৰ্বাধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ…

- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।
- কলা শাখাত মাজুলীত সৰ্বাধিক ৯৯.৯১% পৰীক্ষাৰ্থী উত্তীৰ্ণ।
- কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী
- বিজ্ঞান শাখাত ডিমা হাচাওত ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ
- বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী
- বাণিজ্য শাখাত ১৩ খন জিলাত ১০০% শিক্ষাৰ্থী উত্তীৰ্ণ
- বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী
The post কলা শাখাত মাজুলী আৰু বিজ্ঞান শাখাত ডিমা হাচাওত সৰ্বাধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fhVAlx
via IFTTT
Comments
Post a Comment