তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ডঃ কোটি টকাৰ সম্পত্তি ভস্মীভূত

  • তিনিচুকীয়াৰ ন পুখুৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।
  • কিশোৰ জৈন নামৰ ব্যৱসায়জনৰ আবাসিক চৌহদত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • ইয়াৰ ফলত অগ্নি বিয়পি পৰে কাষতে থকা টি মেক নামৰ হাৰ্ডৱেৰ দোকানখনলৈ।
  • এই অগ্নিকাণ্ডত প্রায় কোটি টকাৰ সম্পত্তি জুইত ভস্মীভূত হোৱাৰ সম্ভাৱনা।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্রপাত বুলি সন্দেহ।

The post তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ডঃ কোটি টকাৰ সম্পত্তি ভস্মীভূত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xnPy9r
via IFTTT

Comments