উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলঃ সবিশেষ জানি লওঁক…

- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল
- কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩%
- বিজ্ঞান শাখাত ৯৯.০৬% পৰীক্ষাৰ্থী উত্তীৰ্ণ
- আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭%
- কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী
- কলা শাখাত ৫৮,২৪৪ গৰাকী প্রথম বিভাগত উত্তীৰ্ণ
- কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ জন
- কলা শাখাত তৃতীয় বিভাগত ৪২,০২৯ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ
- বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী
- বিজ্ঞান শাখাত ৩২,৯১৭ জন প্রথম বিভাগত উত্তীৰ্ণ
- বিজ্ঞান শাখাত ৪,৬০৯ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ
- বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ জন পৰীক্ষাৰ্থী
- বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী
- বাণিজ্য শাখাত ১১,১৮৯ জনে প্রথম বিভাগত উত্তীৰ্ণ
- বাণিজ্য শাখাত ৫,৪৯৭ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ
- বাণিজ্য শাখাত ১,৬৭৮ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ
- কলা শাখাত মাজুলীত সৰ্বাধিক ৯৯.৯১% পৰীক্ষাৰ্থী উত্তীৰ্ণ
- বিজ্ঞান শাখাত ডিমা হাচাওত ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ
- বাণিজ্য শাখাত ১৩ খন জিলাত ১০০% শিক্ষাৰ্থী উত্তীৰ্ণ
The post উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলঃ সবিশেষ জানি লওঁক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WvW0OC
via IFTTT
Comments
Post a Comment