ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল
গুৱাহাটী: আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ। ক’লা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫ গৰাকী । মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৯,৭৯৩গৰাকী । ক’লা শাখাত প্ৰথম বিভাগত ৫৮,২৪৪ গৰাকী, দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯ গৰাকী উত্তীৰ্ণ হৈছে ৷
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ। বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩৮,৪৩০ গৰাকী । ইয়াৰে মুঠ উত্তীৰ্ণ হৈছে ৩৮,০৬৮ গৰাকী । বিজ্ঞান শাখাত প্ৰথম বিভাগত ৩২,৯১৭গৰাকীয়ে, দ্বিতীয় বিভাগ ৪,৬০৯ গৰাকী আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত ৷
আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।
The post ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল appeared first on News Live TV.
from News Live TV https://ift.tt/3lbOsuV
via IFTTT
Comments
Post a Comment