কলা, বিজ্ঞান আৰু বাণিজ্য শাখাঃ কোন বিভাগত কিমান পৰীক্ষাৰ্থী উৰ্ত্তীণ হৈছে…

  • কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী
  • কলা শাখাত ৫৮,২৪৪ গৰাকী প্রথম বিভাগত উত্তীৰ্ণ
  • কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ জন
  • কলা শাখাত তৃতীয় বিভাগত ৪২,০২৯ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ
  • বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী
  • বিজ্ঞান শাখাত ৩২,৯১৭ জন প্রথম বিভাগত উত্তীৰ্ণ
  • বিজ্ঞান শাখাত ৪,৬০৯ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ
  • বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ জন পৰীক্ষাৰ্থী
  • বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী
  • বাণিজ্য শাখাত ১১,১৮৯ জনে প্রথম বিভাগত উত্তীৰ্ণ
  • বাণিজ্য শাখাত ৫,৪৯৭ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ
  • বাণিজ্য শাখাত ১,৬৭৮ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ

The post কলা, বিজ্ঞান আৰু বাণিজ্য শাখাঃ কোন বিভাগত কিমান পৰীক্ষাৰ্থী উৰ্ত্তীণ হৈছে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3laoo3g
via IFTTT

Comments