ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে…

  • টকিঅ’ অলিম্পিকৰ সপ্তমটো দিন ভাৰতৰ বাবে অতি ভাল পৰিলক্ষিত হৈছে।
  • ইতিমধ্যে বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে সতীশ কুমাৰে।
  • ৯১ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সতীশ কুমাৰৰ।
  • জামাইকাৰ বক্সাৰ ৰিক’ৰ্ডোক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ গৰাকীয়ে।
  • অলিম্পিকত এইবাৰ বক্সিঙতো ভাৰতে মেডেল অৰ্জনৰ আশা আৰু অধিক বৃদ্ধি পাইছে।

The post ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TKQXZQ
via IFTTT

Comments