বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী…

- মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙ্গাত আৰক্ষী-চি আৰ পি এফৰ অভিযান।
- পুৱতি নিশা প্ৰায় ৪ বজাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাইছিল।
- অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট।
- ২২০০ টা WY YUBA নামৰ নিচা জাতীয় টেবলেট জব্দ কৰে অভিযান কাৰী দলটোৱে।
- গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীৰ মনিৰুল ইছলামক।
The post বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UV4jTO
via IFTTT
Comments
Post a Comment