শুকুৰবাৰে পুৱা ১১ বজাত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল হ’ব ঘোষণা…

- শুকুৰবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ২০২১ বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
- পুৱা ১১ বজাত ঘোষণা কৰা হ’ব এই ফলাফলসমূহ।
- এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২৬৫৫৩জন পৰীক্ষাৰ্থী।
- ইফালে, হাইমাদ্ৰাছাত ১২২৭৫জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
- প্ৰাৰ্থীসকলে তেওঁলোকৰ মাৰ্কচিট সমূহ ডাউনল’ড কৰিবলৈ ছেবাই দিছে বহু কেইটা ৱেবছাইট।
The post শুকুৰবাৰে পুৱা ১১ বজাত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল হ’ব ঘোষণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3l56kaz
via IFTTT
Comments
Post a Comment