ৰাজ্যৰ শোহতীয়া কোভিড পৰিস্থিতি…

  • ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি উন্নত হোৱা নাই, বিগত দিন কেইটাৰ দৰে একেই আছে।
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিড পিজিটিভিটিৰ হাৰ ২ শতাংশতকৈ অধিক।
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৩০ গৰাকী লোক।
  • আনহাতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈছে২৪৭৯ গৰাকী ব্যক্তি।
  • যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৯১,৪৫২ গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হৈছিল।
  • ইফালে কামৰূপ মেট্ৰ’ জিলাত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩৭ গৰাকী ব্যক্তি।
  • ৰাজ্যৰ শেহতীয়া কোভিড পজিটিভিটিৰ হাৰ ২.৭১ শতাংশ আৰু সুস্থতাৰ হাৰ ৯৩.৯১ শতাংশ।

The post ৰাজ্যৰ শোহতীয়া কোভিড পৰিস্থিতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qBg4tS
via IFTTT

Comments