নিশা মহানগৰীত চোৰৰ উপদ্ৰৱ…

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ চোৰৰ উপদ্ৰৱ। এইবাৰ চুৰি কাণ্ড সংঘটিত হ’ল খানাপাৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত। অঞ্চলটোৰ পেন্টনিক নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাট চলালে চোৰে।

চুৰি কৰি লৈ গ’ল কেইবালক্ষাধিক টকাৰ সামগ্ৰী। ঘটনা সংঘটিত হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন মহলৰ। আৰক্ষী প্ৰশাসনৰ তহলদাৰী বাহিনী থকাৰ পাছতো কেনেকৈ চুৰি কাণ্ড সংঘটিত হ’বলৈ পালে অঞ্চলটোত।

The post নিশা মহানগৰীত চোৰৰ উপদ্ৰৱ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hVlFpx
via IFTTT

Comments