ভাৰতৰ কোৰোনাৰ প্ৰকোপ বাঢ়িছেহেঃ পূৰ্বৰ সকলো অভিলেখ ভংগ…

ডিজিটেল ডেস্কঃ ভাৰতৰ কোৰোনাৰ প্ৰকোপ কমিছে বুলি যদি আপুনি ভাৱি আছে, তেন্তে ভুল ভাৱিছে। বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পুনৰ এবাৰ ভাঙিলে পূৰ্বৰ সকলো অভিলেখ। মাত্ৰ ২৪ঘন্টাৰ ভিতৰত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৭৭হাজাৰ২৬৬গৰাকী। এই সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈ থকা ১,০৫৭গাৰকী ৰোগীৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা হলগৈ ৩৩.৮৭লাখ। ইয়াৰে ২৫লাখৰো অধিক ৰোগী সুস্থ হৈ উভটিছে ঘৰলৈ।
The post ভাৰতৰ কোৰোনাৰ প্ৰকোপ বাঢ়িছেহেঃ পূৰ্বৰ সকলো অভিলেখ ভংগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jnw26g
via IFTTT
Comments
Post a Comment