আমেৰিকাত কৃষ্ণাংগ লোকক গুলীওৱাৰ বিৰোধিতাৰে ডব্লিউ টি এ ছেমি ফাইনেল নেখেলাৰ সিদ্ধান্ত টেনিছ খেলুৱৈ নাওমীৰ

ডিজিটেল ডেস্কঃ ডব্লিউ টি এ ছেমি ফাইনেল নেখেলে জাপানৰ মহিলা টেনিছ খেলুৱৈ নাওমী অছাকাই। তেওঁ সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, আমেৰিকা যুক্ত ৰাষ্ট্ৰত এজন কৃষ্ণাংগ লোকক গুলীওৱা ঘটনাৰ বিৰোধিতাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে, আমেৰিকাৰ কেনোছা আৰক্ষীয়ে যোৱা দেওবাৰৰ সন্ধিয়া গুলীয়াই কৃষ্ণাংগ জেকব ব্লেকক। নিজৰ বাহনত উঠিবলৈ লোৱা সময়তে আৰক্ষীয়ে গুলীয়াই জেকব ব্লেকক।

The post আমেৰিকাত কৃষ্ণাংগ লোকক গুলীওৱাৰ বিৰোধিতাৰে ডব্লিউ টি এ ছেমি ফাইনেল নেখেলাৰ সিদ্ধান্ত টেনিছ খেলুৱৈ নাওমীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31xiNd9
via IFTTT

Comments