কোৰোনাত আক্ৰান্ত জোনাইৰ বিধায়ক ভুৱন পেগুৰ স্বাস্থ্যৰ অৱনতি…

- যোৱা ২৫ আগষ্টতে কোৰোনাত আক্ৰান্ত জোনাইৰ বিধায়ক ভুৱন পেগুৰ স্বাস্থ্যৰ অৱনতি।
- ঘৰতে আইছলেশ্যনত থকা বিধায়কগৰাকীক উন্নত চিকিতসাৰ বাবে বৃহস্পতিবাৰে নিশাই প্ৰেৰণ ডিব্ৰুগড়লৈ।

- বৰ্তমান চিকিতসকৰ তত্বাৱধানতে আছে বিধায়কগৰাকী।
- স্বাস্থ্যৰ অৱনতিৰ কথা নিশাই ছচিয়েল মিডিয়াযোগে ব্যক্ত কৰিছিল বিধায়কগৰাকীয়ে।
The post কোৰোনাত আক্ৰান্ত জোনাইৰ বিধায়ক ভুৱন পেগুৰ স্বাস্থ্যৰ অৱনতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gBjJ4r
via IFTTT
Comments
Post a Comment