জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩সন্ত্ৰাসবাদী…

  • জম্মু-কাশ্মীৰত শনিবাৰে পুৱাই সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • পুৱতি নিশা জাদৰা আৰু পুলৱামা অঞ্চলত এই সংঘৰ্ষ।
  • এই সংঘৰ্ষত নিহত হৈছে তিনিটাকৈ সন্ত্ৰাসবাদী।
  • গুৰুতৰভাৱে আহত হৈছে এগৰাকী সেনা জোৱান।
  • জোৱানজনক ভৰ্তি কৰা হৈছে চিকিতসালয়ত।
  • উল্লেখ্যে যে, সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল এই অভিযান।

The post জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩সন্ত্ৰাসবাদী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hDbwxS
via IFTTT

Comments