দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩ লক্ষাধিকলৈ বৃদ্ধি, যোৱা ২৪ ঘন্টাত ৭৫,৭৬০জন কোভিড পজিটিভ…

  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩ লক্ষাধিকলৈ বৃদ্ধি।
  • দেশত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৩,১০,২৩৫জনলৈ বৃদ্ধি পাইছে।
  • যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৭৫,৭৬০জন লোক দেহত ধৰা পৰে কোভিড পজিটিভ।
  • দেশত বৰ্তমান চিকিৎসাধীন হৈ আছে ৭,২৫,৯৯১জন ৰোগী।
  • ইফালে, সুস্থ হৈ ঘৰলৈ উভতিছে ২৫,২৩,৭৭২জন লোক।
  • আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৬০,৪৭২জন।

The post দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩ লক্ষাধিকলৈ বৃদ্ধি, যোৱা ২৪ ঘন্টাত ৭৫,৭৬০জন কোভিড পজিটিভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jlFJCi
via IFTTT

Comments