গুৱাহাটী ক্লাৱত ভয়ংকৰ পথ দুৰ্ঘটনা, উৰণীয়া সেঁতুৰ ৰেলিং ভাঙি তলত বাগৰিল বাহন…

- গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
- গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা।
- সেঁতুখনত তীব্ৰবেগত আহি ৰেলিঙত খুন্দা মাৰি তলত বাগৰি পৰে বাহনখন।

- বাহনখনত দুজন লোক থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে।
- দুৰ্ঘটনাগ্ৰস্ত মাৰুটী ছুইফটখনৰ নম্বৰ এএছ ০১ বি এম ৩০৩২।

- বাহনত থকা দুয়োজন লোক সামান্য আহত বুলি জানিব পৰা গৈছে।
- ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল থানাৰ আৰক্ষীৰ লোক।
The post গুৱাহাটী ক্লাৱত ভয়ংকৰ পথ দুৰ্ঘটনা, উৰণীয়া সেঁতুৰ ৰেলিং ভাঙি তলত বাগৰিল বাহন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jqK4E3
via IFTTT
Comments
Post a Comment