জে ই ই আৰু NEET পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা…

ডিজিটেল ডেস্কঃ জে ই ই আৰু NEET পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে ব্যৱস্থা কৰিছে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা কৰিছে মধ্য প্ৰদেশ চৰকাৰে। শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰিবৰ বাবে চৰকাৰে এটা পৰ্টেলৰ মুকলি কৰিছে।
এই পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এই পঞ্জীয়ন ব্লক আৰু জিলা মুখ্য কাৰ্যালয়ৰ জৰিয়তে হব বুলি জানিবলৈ দিছে মধ্যুপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েয।
The post জে ই ই আৰু NEET পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ly5IrX
via IFTTT
Comments
Post a Comment