সুশান্ত সিঙৰ তদন্তঃ মাজ নিশা লৈকে চিবিআইৰ জেৰা ৪গৰাকী ব্যক্তিক…

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি বি আইয়ে তেওঁলোকৰ তদন্ত অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা বৃহস্পতিবাৰৰ দিনৰ ভাগৰে পৰা প্ৰায় ১৪ঘন্টা জেৰা চলায় ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৈশিক, বন্ধু সুৰজ পিঠানী, ৰান্ধনী নীৰজ সিং আৰু কেশৱ বাচনাৰ নামৰ সুশান্তৰ সৈতে কাম কৰা লোকজনক। এই চাৰিওগৰাকীক মুম্বাইৰ ডি আৰ ডি অ গেষ্ট হাউচত চি বি আইয়ে জেৰা চলাইছিল। মাজনিশা চি বি আইয়ে তদন্ত অভিযান সামৰি এই চাৰিওজনক যাবলৈ দিয়ে।
The post সুশান্ত সিঙৰ তদন্তঃ মাজ নিশা লৈকে চিবিআইৰ জেৰা ৪গৰাকী ব্যক্তিক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32wIvOa
via IFTTT
Comments
Post a Comment