চাকৰি: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০০০ পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান

কৰ’না সংকটৰ মাজতে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খৱৰ। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত খালী হৈ থকা ১০০০পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

সংশ্লিষ্ট বিভাগে ইতিমধ্যে এই সন্দৰ্ভত বিজ্ঞাপনো জাৰি কৰিছে।

বিজ্ঞাপন অনুসৰি নিযুক্তি দিবলগীয়া পদসমূহ আৰু পদৰ সংখ্যা হৈছে এনেধৰণৰঃ-

*Assistant BDO (Panchayat) = No. of vacancies – 39. Pay Scale and Grade Pay – 14,000-60500+GP 7600 Pay Band 2

*Assistant BDO (W and C) = No. of vacancies – 46. Pay Scale and Grade Pay – 14,000-60500+GP 7600 Pay Band 2

*Assistant BDO (Senior Gram Sevak) = No. of vacancies -88. Pay Scale and Grade Pay – 14,000-60500+GP 7600 Pay Band 2

*Gaon Panchayat Secretary = No. of vacancies –  578. Pay Scale and Grade Pay – 14,000-60500+GP 7400 Pay Band 2

 *Tax Collector Cum Road Mohrar= No. of vacancies- 243. Pay Scale and Grade Pay – 14,000-60500+GP 5200 Pay Band 2

*Junior Assistant(নতুনকৈ গঠন হোৱা ৫খন জিলা পৰিষদৰ বাবে) = No. of vacancies-10. Pay Scale and Grade Pay – 14,000-60500+GP 5600 Pay Band 2

প্ৰাৰ্থীসকলে আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে অহা ১৭ ছেপ্টেম্বৰ,২০২০।  প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন পত্ৰসমূহ www.rural.assam.gov.in ৱেবছাইটৰ জৰিয়তে দাখিল কৰিব পাৰিব।

The post চাকৰি: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০০০ পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2YO6GX4
via IFTTT

Comments