কংগ্ৰেছত যোগদান কৰিয়েই APCCৰ দায়িত্ব লাভ কৰিলে বাবু, নেকিব, অজয়ে…

- কংগ্ৰেছত যোগদান কৰিয়েই APCCৰ দায়িত্ব লাভ ৩ গায়কৰ
- সম্পাদকৰ দায়িত্ব লাভ বাবু বৰুৱা, নেকিব, অজয় ফুকনৰ
- অজয় ফুকনক মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টৰো দায়িত্ব
- APCCৰ সভাপতি ৰিপুণ বৰাই নিযুক্তি দিলে কেউজনকে
- ততকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোকক দিয়া হৈছে এই দায়িত্ব।
The post কংগ্ৰেছত যোগদান কৰিয়েই APCCৰ দায়িত্ব লাভ কৰিলে বাবু, নেকিব, অজয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YGQeb5
via IFTTT
Comments
Post a Comment