জুবিনৰ আচম্বিত ঘোষণাঃ ৰাজনৈতিক দলত থকা কোনো সদস্যক মোৰ দলৰহৈ ফুটবল খেলিবলৈ দিয়া নহ’ব…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মাজ নিশা জুবিন গাৰ্গে ফেচবুকত আচম্বিতে কৰে এক ঘোষণা। তেওঁ কয়, এতিয়াৰ পৰা জুবিন গাৰ্গৰ ফুটবল দলৰ হৈ খেলত ভাগ ল’ব নোৱাৰিব ৰাজনৈতিক দলত যোগদান কৰা গায়ক-গায়িকা, কণ্ঠশিল্পীয়ে। তেওঁ লগতে কয়, নতুনকৈ গঠন কৰা হ’ব জুবিন গাৰ্গ একাদশ। কেৱল সমাজবাদক বিশ্বাস কৰা সকলহে হ’ব পাৰিব দলটোৰ অংশীদাৰ হব পাৰিব।
The post জুবিনৰ আচম্বিত ঘোষণাঃ ৰাজনৈতিক দলত থকা কোনো সদস্যক মোৰ দলৰহৈ ফুটবল খেলিবলৈ দিয়া নহ’ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ey80qj
via IFTTT
Comments
Post a Comment