ৰিয়া চক্ৰৱৰ্তীয়ে মোৰ ল’ৰাক বিষ দিছিলঃ সুশান্তৰ পিতৃ কে কে সিং… VIDEO

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত চিবিআইয়ে অব্যাহত ৰাখিছে তদন্ত। ইফালে, বৃহস্পতিবাৰে সুশান্তৰ পিত কে কে সিঙে সাংবাদিকৰ আগত কয়- ‘ৰিয়া চক্ৰৱৰ্তীয়ে মোৰ পুত্ৰক বহু দিনলৈ বিষ দিছিল। তাইয়ে মোৰ পুত্ৰৰ হত্যাকাৰী। তদন্তকাৰী সন্থাই তাইক গ্ৰেপ্তাৰ কৰিব লাগে।’

উল্লেখ্য যে, সুশান্তৰ আত্মহত্যাৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। ৰিয়া চক্ৰৱৰ্তী, সুশান্তৰ ষ্টাফ, বন্ধু, বাসগৃহৰ ৰান্ধনীকে ধৰি বহু কেইজন লোকক ইতিমধ্যে সোধ-পোছ কৰিছে চিবিআইয়ে।

The post ৰিয়া চক্ৰৱৰ্তীয়ে মোৰ ল’ৰাক বিষ দিছিলঃ সুশান্তৰ পিতৃ কে কে সিং… VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jlFQ0G
via IFTTT

Comments