ৰাজ্যত পুনৰ এজন কোৰোনা আক্ৰান্তৰ মৃত্যু…

- ৰাজ্যত আৰু এজন কোৰোনা আক্রান্তৰ মৃত্যু।
- কোকৰাঝাৰত মৃত্যু ক’ভিড আক্রান্ত তপন দাসৰ।
- মাজনিশা চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক।
- দেওবাৰে পুৱা ৪ বজাত মৃত্যু তপন দাসৰ।
- কৰ্কট ৰোগত আক্রান্ত আছিল ৫৬ বৰ্ষীয়া ব্যক্তিজন।
The post ৰাজ্যত পুনৰ এজন কোৰোনা আক্ৰান্তৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ECdEat
via IFTTT
Comments
Post a Comment