ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, নিমাতী ঘাটত ফেৰীৰ চলাচল বন্ধ…

- বৃদ্ধি পাইছে ব্ৰহ্মপু্ত্ৰৰ জলপৃষ্ঠ।
- মাজুলীৰ নিমাতী ঘাটৰ মাজত সকলো ধৰণৰ ফেৰীৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত।
- নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জলপৰিৱহন বিভাগৰ তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ।
- নিশাৰ ভিতৰতে অভাৱনীয় হাৰত বৃদ্ধি পালে ব্ৰহ্মপুত্ৰৰ পানী।
The post ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, নিমাতী ঘাটত ফেৰীৰ চলাচল বন্ধ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S1V6nD
via IFTTT
Comments
Post a Comment