পুৱা ১০বজাৰ পৰা দীপিকা, চাৰা আৰু শ্ৰদ্ধাৰ জেৰা হ’ব আৰম্ভ…

ডিজিটেল ডেস্কঃ ড্ৰাগছ প্ৰসংগৰে নাম সাঙুৰ খাই পৰা বলিউদৰ তিনি অভিনেত্ৰীক আজি এন চি বিয়ে চলাব জেৰা। অভিনেত্ৰী দীপিকা, চাৰা আৰু শ্ৰদ্ধা কাপুৰক শনিবাৰে পৃথকে পৃথকে জেৰা চলাব এন চি বিয়ে।
পুৱা ১০ বজাত এন চি বিয়ে মুম্বাইৰ এটা গেষ্ট হাউচত সোধ পোছ কৰিব দীপিকাক। ইফালে শ্ৰদ্ধা আৰু চাৰাক এন চি বিৰ জাৰ্নেল অফিচত সোধ পোছ কৰা হব। উল্লেখ্য যে, ইয়াৰ পিছতে প্ৰায় ৫০গৰাকী বলিউদৰ কলা-কৌশলীক সোধ পোছৰ সম্ভাৱনা আছে এন চি বিয়ে।
The post পুৱা ১০বজাৰ পৰা দীপিকা, চাৰা আৰু শ্ৰদ্ধাৰ জেৰা হ’ব আৰম্ভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3j3KuAs
via IFTTT
Comments
Post a Comment