সুশান্ত সিং ৰাজপুত আত্মহত্যা-ড্ৰাগছ গোচৰঃ সোধ-পোছৰ পাছত দীপিকা পাডুকনৰ ম’বাইল ছীজ…

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে এনচিবিয়ে। শনিবাৰে নিশা এনচিবিয়ে দীপিকা পাডুকন, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক কেইবা ঘন্টা ধৰি কৰে সোধ-পোছ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সোধ-পোছ কৰাৰ পাছত অভিনেত্ৰী কেইগৰাকীৰ ম’বাইল ছীজ কৰে।
জানিব পৰা মতে, তেওঁলোকৰ ফোনৰ পৰা ডাটা ৰিকভাৰ কৰা আৰু তদন্ত কৰা হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্বাহ, মধু মান্টেনা আৰু ধ্ৰুৱৰো ফোন ছীজ কৰা হৈছিল। এনচিবিয়ে শ্ৰুতি মোডীৰো ফোন ছীজ কৰিছিল।
The post সুশান্ত সিং ৰাজপুত আত্মহত্যা-ড্ৰাগছ গোচৰঃ সোধ-পোছৰ পাছত দীপিকা পাডুকনৰ ম’বাইল ছীজ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3455y39
via IFTTT
Comments
Post a Comment