এজাক মুসলধাৰ বৰষুণত ডুবিল কামপুৰ নগৰ…

- এজাক মুসলধাৰ বৰষুনত ডুবিল কামপুৰ নগৰ।
- কামপুৰ নগৰৰ ৩নং ৱাৰ্ডৰ বিভিন্ন এলেকা ডুব গৈছে কৃত্ৰিমবানত।
- বহুকেইখন ব্যৱসায়ী প্ৰতিস্থানত সোমোইছে পানী।
- নগৰ খনত সুপৰিকল্পিত ভাৱে নলা নিৰ্মান নকৰাৰ বাবেই এই দুৰৱস্থা বুলি ৰাইজে অভিযোগ কৰিছে।
The post এজাক মুসলধাৰ বৰষুণত ডুবিল কামপুৰ নগৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kOJfWh
via IFTTT
Comments
Post a Comment