দিল্লী কেপিটেলৰ অধিনায়ক শ্ৰেয়াস আইয়াৰক ১২ লাখ টকাৰ জৰিমনা…

  • দিল্লী কেপিটেলৰ অধিনায়ক শ্ৰেয়াস আইয়াৰক ১২ লাখ টকাৰ জৰিমনা ।
  • চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে খেলা খেল খনত জৰিমনা ভৰিব লগা হয় অধিনায়ক জনে ।
  • খেল খনত শ্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহে আইয়াৰক ।
  • মঙলবাৰে অনুষ্ঠিত খেল খনত চানৰাইজাৰ্ছ হায়দৰাবাদে বিপক্ষ দিল্লী কেপিটেলক ১৫ ৰাণত পৰাস্ত কৰে ।

The post দিল্লী কেপিটেলৰ অধিনায়ক শ্ৰেয়াস আইয়াৰক ১২ লাখ টকাৰ জৰিমনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S95Znx
via IFTTT

Comments