এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ…

  • প্রাক্তন মন্ত্রী দিলদাৰ ৰেজ্জাৰ দেহাৱসান।
  • শনিবাৰে নিশা ১২ বজাত এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।
  • উল্লেখ্য যে ১৯৯১, ২০০১, ২০০৬ চনত বাঘবৰ সমষ্টিৰ বিধায়ক আছিল দিলদাৰ ৰেজ্জা।
  • দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল প্রাক্তন মন্ত্রীগৰাকী।

The post এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jdwpRi
via IFTTT

Comments