ড্রাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান,দুজনক গ্ৰেপ্তাৰ..

  • ড্রাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান ।
  • নিষিদ্ধ ব্রাউন ছুগাৰসহ দুটা ড্রাগছ ব্যৱসায়ীক গ্রেপ্তাৰ ।
  • ধৃত ব্যৱসায়ী দুজন বহৰিৰ ফুলবাৰীৰ ইমৰান খণ্ডকাৰ, মহিদুল হুছেইন ।
  • আৰক্ষীয়ে জব্দ কৰে ব্রাউন ছুগাৰভৰ্তি ১০টা কণ্টেইনাৰ ।
  • বহৰিৰ পৰা পালহাজীলৈ আহি থকা অৱস্থাত গ্রেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী কেই গৰাকীক ।
  • আৰক্ষীয়ে জব্দ কৰে AS15-M-0696 নম্বৰৰ এখন পালছাৰ বাইক
  • যোৱা ১০ দিনত ৫টা ড্রাগছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ।

The post ড্রাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান,দুজনক গ্ৰেপ্তাৰ.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3j5pVns
via IFTTT

Comments