মহাৰাষ্ট্ৰৰ পশ্চিম থানেত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড…

  • মহাৰাষ্ট্ৰৰ পশ্চিম থানেত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।
  • এটি কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • বুধবাৰে ৰাতিপুৱা সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ।
  • অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

The post মহাৰাষ্ট্ৰৰ পশ্চিম থানেত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3imwL6U
via IFTTT

Comments