প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ মৃত্যু…

  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান।
  • দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • যোৱা কেইবামাহ ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।
  • প্ৰধানমন্ত্ৰী মোডী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্ন জনে শোক ব্যক্ত কৰিছে তেওঁৰ মৃত্যুত।

The post প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jc9Dck
via IFTTT

Comments