অমৃতসৰত কৃষকৰ বিক্ষোভ…

- সদনত গৃহীত কৃষি বিধেয়কৰ বিৰুদ্ধে কৃষককৰ বিদ্ৰোহ ।
- পাঞ্জাবৰ অসৃতসৰত কৃষকৰ প্ৰতিবাদ ।
- প্ৰতিবাদৰ বাবে পাঞ্জাবৰ অসৃতসৰত একাধিক পুলিচ কৰ্মী মোতায়ন কৰা হৈছে ।
- পাঞ্জাবৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমত কয় যে কোনো চহৰত অপ্ৰিতিকৰ ঘটনা যাতে সংঘটিত নহয় চহৰৰ প্ৰতিটো পথ আৰু লেভেল ক্ৰচিং সমূহত আৰক্ষী মোতায়েন কৰা হৈছে ।
The post অমৃতসৰত কৃষকৰ বিক্ষোভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/306qxBK
via IFTTT
Comments
Post a Comment