পুৱা ৪ বজাত অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীঃ এজন নিহত

- গোৱালপাৰা অসম-মেঘালয় সীমান্তৰ হাতীগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা।
- দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এজন লোক।
- নিহত লোকজনৰ নাম তাপচ ৰাভা বুলি জানিব পৰা গৈছে।
- হাতীগাঁও পাহাৰত ৰবৰ কাটিবলৈ গৈছিল গুলীবিদ্ধ হৈ নিহত হোৱা লোকজন।
- সোমবাৰে পুৱা ৪ বজাত সংঘটিত হৈছে এই ঘটনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zr9ji1
via IFTTT
Comments
Post a Comment