আফগানিস্তানৰ পৰা আমেৰিকাই উদ্ধাৰ কৰিছে ১লাখৰো অধিক লোকক…

ডিজিটেল ডেস্কঃ যোৱা ১৪ আগষ্টৰ পৰা আমেৰেকাই আফগানিস্তানৰ পৰা উদ্ধাৰ কৰিছে ১লাখৰো অধিক লোকক। বিমানযোগে আমেৰিকাই এতিয়ালৈকে আফগানিস্তানৰ পৰা উদ্ধাৰ কৰিছে ১লাখ ১১হাজাৰ ৯০০গৰাকী লোকক।

আমেৰিকাই সদৰি কৰা মতে, কাবুল বিমান বন্দৰত বোমা বিস্ফোৰণ হোৱাৰ পাছত এতিয়ালৈকে আমেৰিকাই কাবুলৰ পৰা ৬,৮০০গৰাকী লোকক উদ্ধাৰ কৰিছে। আমেৰিকাই ৩২খন বিমানেৰে এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আমেৰিকাই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BntAWo
via IFTTT

Comments