অসমত পুনৰ ৫৮৬জনৰ কোভিড পজিটিভ, ৯জনৰ মৃত্যু…

- অসমৰ পুনৰ ৫৮৬জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ১২৩ জন কামৰূপ মেট্ৰ’ৰ, ৭১জন গোলাঘাটৰ, ৩৬জন বৰপেটাৰ আৰু ৩৬জন যোৰহাটৰ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮০২৫জনলৈ পাইছে বৃদ্ধি।
- ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হয় ৬৭৫জন লোক।
- আনহাতে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৯জন লোকৰ মৃত্যু হৈছে।
- ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬০৮৭জন ৰোগী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zqalLj
via IFTTT
Comments
Post a Comment