আকৌ বাঢ়িছে কোৰোনাঃ ২৪ঘন্টাত ৪২হাজাৰ লোকৰ দেহত ধৰা পৰিছে অৱস্থিতি…

- ভাৰতত একেবাৰে কমা নাই কোৰোনাৰ প্ৰকোপ।
- বিগত ২৪ঘন্টাত দেশত ৪২, ৯০৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
- এই সময়চোৱাত ৩৪,৭৬৩গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।
- বৰ্তমানো দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ৩, ৭৬, ৩২৪গৰাকী ৰোগী।
- ভাৰতত বৰ্তমানলৈ ৬৩.৪৩গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BqPWq6
via IFTTT
Comments
Post a Comment