ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন…

- শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন ৷
- ভালুকপুঙত বনভোজ খাবলৈ আহি সন্ধানহীন যুৱকজন ৷
- ভালুকপুঙৰ ৮ মাইলত জীয়াভৰলী নৈত সন্ধানহীন যুৱকজন ৷
- এটা ৫জনীয়া দল বনভোজ খাবলৈ আহিছিল ভালুকপুঙলৈ।
- যুৱকজন লামডিংৰ কৌস্তৱ পাল বুলি জানিব পৰা গৈছে।
- লামডিঙৰ পৰা বনভোজ খাবৰ বাবে ভালুকপুঙলৈ গৈছিল বুলি জানিব পৰা গৈছে।
- যুৱক জনৰ পিতৃ মাতৃ ৰেলবিভাগত কৰ্মৰত ৷
- যুৱকজন বৃ্ত্তিত আছিল অভিযন্তা ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gLs8oV
via IFTTT
Comments
Post a Comment