পেৰা অলিম্পিকত ভাৰতৰ ভাৱিনা পেটেলৰ ৰূপৰ পদক নিশ্চিত..

- টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ পৰা পুৱাই আহিছে এক ভাল খবৰ।
- ভাৰতীয় খেলুৱৈ ভাৱিনা পেটেলৰ প্ৰৱেশ কৰিছে ফাইনেলত।
- পেৰা অলিম্পিকৰ টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৱিনা।
- ইয়াৰ লগে লগে ভাৱিনাৰ ৰূপৰ পদক নিশ্চিত হৈছে।
- ভাৱিনাৰ টকিঅ’ত পৰা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।
- ছেমি ফাইনেলত ভাৱিনাই পৰাস্ত কৰিলে প্ৰাক্তন চেম্পিয়ন চীনৰ ঝেং মিয়াওক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XVl2HE
via IFTTT
Comments
Post a Comment