টকিঅ’ৰ পৰা আহিছে ভাল খবৰঃ ভাৰতলৈ ৰূপৰ পদক…

  • টকিঅ’ পেৰা অলিম্পিকৰ আহিছে এটা ভাল খবৰ।
  • মহিলা টেবুল টেনিছত ভাৰতলৈ আহিল এটা ৰূপৰ পদক।
  • ভাবিনাবেন পেটেলে অৰ্জন কৰিছে এই ৰূপৰ পদকটো।
  • ফাইনেলত পৰাজিত হৈ সোণৰ মেডেলৰ পৰা বঞ্চিত হয় পেটেল।
  • খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WqO81r
via IFTTT

Comments