টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ সোণৰ পদক…

  • পুৱাই টকিঅ পেৰা অলিম্পিকৰ পৰা আহিল এটা ভাল খবৰ।
  • ভাৰতে অৰ্জন কৰিলে প্ৰথমটো সোণৰ পদক।
  • শ্বুটিঙত সোণৰ পদক লাভ কৰিছে অৱনী লেখৰাই।
  • সোণৰ পদক অৰ্জন কৰা অৱনী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।
  • অৱনীক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kESwBZ
via IFTTT

Comments