ৰাজ্যত পুনৰ ২৯৩জন কোভিড পজিটিভ, ৪জনৰ মৃত্যু…

- অসমত পুনৰ ২৯৩জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ৭৪জন কামৰূপ মেট্ৰ’ৰ, ২৮জন যোৰহাটৰ, ২৩জন শিৱসাগৰৰ আৰু ২১জন নলবাৰীৰ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৩১৮জনলৈ পাইছে বৃদ্ধি।
- ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হয় ৬৭৪জন লোক।
- আনহাতে, উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু।
- উল্লেখ্য যে, ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৭০২জন ৰোগী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38py7eg
via IFTTT
Comments
Post a Comment