একশ্যনত অসম আৰক্ষীঃ গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত ২ ডকাইত…

- গোৱালপাৰাত ডকাইতৰ দলৰে আৰক্ষীৰ সংঘৰ্ষ
- কাৰবালা গোবিন্দপুৰত সংঘটিত এই ঘটনা
- আৰক্ষীৰ গুলীত নিহত দুটা ডকাইত
- গুলীবিদ্ধ অৱস্থাত কৰায়ত্ব আন এটা ডকাইতক
- আন্ধাৰৰ সুযোগ লৈ পলায়ন দুটা ডকাইতৰ
- ঘটনাস্থলীৰ পৰা এটা পিষ্টল উদ্ধাৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UWFwPj
via IFTTT
Comments
Post a Comment