তৰুণ গগৈৰ দেহত অক্সিজেন স্তৰ পাইছিল হ্ৰাস…

  • কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
  • সোমবাৰে নিশা তৰুণ গগৈৰ দেহত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱা কথা জানিব পৰা গৈছে।
  • স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সদৰী কৰে এই কথা।
  • ৮৮ শতাংশলৈ হ্ৰাস পাইছিল অক্সিজেনৰ স্তৰ।
  • বৰ্তমান তেওঁৰ অক্সিজেন স্তৰ স্থিৰ হৈ আছে বুলি জানিব পৰা গৈছে।
  • চিকিৎসকৰ এখন কমিটী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ বাবে গঠন কৰি দিয়া হৈছিল।

The post তৰুণ গগৈৰ দেহত অক্সিজেন স্তৰ পাইছিল হ্ৰাস… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GjTrr7
via IFTTT

Comments