দিল্লীৰ বাসগৃহলৈ অনা হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নশ্বৰদেহ…

- পুৱা ৯ বজাত বাসগৃহলৈ অনা হয় প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নশ্বৰ দেহ।
- দিল্লীৰ ১০ ৰাজাজী মাৰ্গস্থিত বাসগৃহলৈ অনা হৈছে তেওঁৰ নশ্বৰদেহ।
- সোমবাৰে আৰ এণ্ড আৰ হাস্পতালত দেহাৱসান ঘটিছিল তেওঁৰ।
- দিনৰ ২ বজাত সম্পন্ন কৰা হ’ব প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।
- উল্লেখ্য যে, তেওঁৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে ৭দিনীয়া শোক ঘোষণা কৰিছে।
The post দিল্লীৰ বাসগৃহলৈ অনা হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নশ্বৰদেহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lDauEE
via IFTTT
Comments
Post a Comment