কোৰোনাৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হ’ল JEE পৰীক্ষা…

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা আৰম্ভ হ’ল JEE পৰীক্ষা। এই পৰীক্ষা স্থগিত কৰাৰ বাবে বহু প্ৰতিবাদ, দাবী উত্থাপন কৰা হৈছিল যদিও, অৱশেষত NTAয়ে নিৰ্ধাৰিত সময়তে অনুষ্ঠিত কৰিলে JEEৰ পৰীক্ষা।
১ ছেপ্টেম্বৰৰ পৰা অহা ৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই পৰীক্ষাত বহাৰ বাবে পঞ্জীয়ন কৰিছে প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে। ইফালে, অহা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব NEETৰ পৰীক্ষা। NEETত অৱতীৰ্ণ হোৱাৰ বাবে ১৫.৯৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰিছে আৱেদন।
The post কোৰোনাৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হ’ল JEE পৰীক্ষা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ETu12u
via IFTTT
Comments
Post a Comment