নলবাৰীৰ জ্যেষ্ঠ বিজেপি নেতা আব্দুছ চোবাহানৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

- নলবাৰীৰ জ্যেষ্ঠ বিজেপি নেতা আব্দুছ চোবাহানৰ মৃত্যু
- দেওবাৰে সন্ধিয়া গুৱাহাটীৰ চিকিৎসালয়ত মৃত্যু আব্দুল চোবাহানৰ
- বিজেপি সংখ্যালঘু কোষৰ ৰাজ্যিক উপসভাপতি আছিল চোবাহান
- আব্দুল চোবাহানৰ মৃত্যুত নলবাৰীত শোকৰ ছাঁ।
- ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
The post নলবাৰীৰ জ্যেষ্ঠ বিজেপি নেতা আব্দুছ চোবাহানৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TrhCXC
via IFTTT
Comments
Post a Comment