বিহাৰ বিধানসভা নিৰ্বাচন-২০২০ৰ শেহতীয়া আপডেট…

  • বিহাৰ বিধানসভা নিৰ্বাচন-২০২০ৰ আপডেট।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব সোমবাৰে।
  • বিয়লি ৫বজাত ১৬খন জিলাৰ ৭১টা বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব।
  • কিয়নো এই ৭১টা সমষ্টিত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব ভোটগ্ৰহণ।
  • এই ৭১টা সমষ্টিত ১০৬৬গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
  • ১৪লাখ ৫হাজাৰ ৯৬গৰাকী ভোটাৰে নিৰ্ণয় কৰিব এই প্ৰাৰ্থীসকলৰ ভাগ্য।
  • ২৮ অক্টোবৰত অনুষ্ঠিত হব বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

The post বিহাৰ বিধানসভা নিৰ্বাচন-২০২০ৰ শেহতীয়া আপডেট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3os17ZO
via IFTTT

Comments