কেবিনেটৰ সিদ্ধান্তঃ মাস্কৰ নিপিন্ধিলে নাপায় চৰকাৰী সুবিধা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণ দিনক দিনে কমিছে যদিও বিভিন্ন দেশে কোৰোনাৰ বিৰুদ্ধে যুজিঁবলৈ ন ন পন্থা অৱলম্বন কৰিছে। শেহতীয়াকৈ বাংলাদেশ চৰকাৰে এই ক্ষেত্ৰত লৈ এক লক্ষ্যণীয় প্ৰদক্ষেপ। চৰকাৰে এক নীতি আৰম্ভ কৰিছে যাৰ নাম দিয়া হৈছে, ন মাস্ক-ন চাৰ্ভিছ।
অথাত মাস্ক নহলে কোনো লোকে চৰকাৰ কোনো ধৰণৰ সেৱা গ্ৰহণ কৰিব নোৱাৰিব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বহা কেবিনেটে বাংলাদেশত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে লগতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, কোনো লোককে বিনা মাস্কত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব।
The post কেবিনেটৰ সিদ্ধান্তঃ মাস্কৰ নিপিন্ধিলে নাপায় চৰকাৰী সুবিধা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jy4g6C
via IFTTT
Comments
Post a Comment