হ্ৰাস পাইছে সংক্ৰমণঃ অসমত নতুনকৈ ৯৮৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৪৮০জন…

কোভিড
  • অসমত পুনৰ ৯৮৯জন কোৰোনাত আক্ৰান্ত।
  • হাজাৰজনৰো কম লোক শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত কোৰোনাত।
  • ইয়াৰে ১৬০ জন কামৰূপ মেট্ৰ’ৰ, ৬৬জন কামৰূপ গ্ৰাম্যৰ, ৫৫জন গোলাঘাটৰ আৰু ৫০জন নলবাৰীৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬১৯৮জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৪৮০জন লোক।
  • আনহাতে, উক্ত দিনটোত মৃত্যু হৈছে ১৯জন লোকৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৯৭৫জন ৰোগী।

The post হ্ৰাস পাইছে সংক্ৰমণঃ অসমত নতুনকৈ ৯৮৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৪৮০জন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3yg9rQT
via IFTTT

Comments